traptrapezium

trapa natanssci (English) [ IPA: trapa natans ASM: ট্ৰাপা নাটান্স]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-05-15
1. Fruits(Common Noun-Common) any aquatic plant of the genus Trapa, bearing an edible, nutlike fruit, esp. T. natans, of the Old World. শিঙৰি এবিধ জলজ উদ্ভিদ৷ ইয়াৰ কাণ্ড পানীত ওপঙি থাকে আৰু ফলবোৰ পানীৰ তলত বিকশিত হয়৷ শিঙৰিৰ ফলটো পূৰঠ হ’লে ক’লা ৰং হয় আৰু তাৰ ভিতৰত গাখীৰৰ দৰে অংশ পোৱা যায়৷ ইয়াক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়৷